Omni Jewelers

Omni Jewelers Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Omni Jewelers, Jewellery wholesaler, Morija Rode puliya ke pass, shree krishna hospital wali gali, plote no-8 chomu, Jaipur.

16/03/2026

বিষয়ঃ জুবিন ক্ষেত্ৰ -

অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩.৬৮ কোটি।

ধৰি লওঁ — ১.৬৮ কোটি মানুহ আৰ্থিকভাৱে সক্ষম নাথাকিব পাৰে, সেইসকলক বাদ দিলোঁ।

তেতিয়া বাকী থাকিল প্ৰায় ২ কোটি মানুহ।

এতিয়া যদি এই ২ কোটি মানুহে মাত্ৰ ১০ টকা কৰি দিয়ে প্রতিজনে, তেন্তে মুঠ টকা হব ২০ কোটি টকা।

তেন্তে এতিয়া প্ৰশ্নটো হৈছে —

আমি কিয় চৰকাৰৰ বাবে অপেক্ষা কৰি আছো?

যেতিয়া তেওঁ জীয়াই আছিল, তেতিয়াও তেওঁ কেতিয়াও চৰকাৰ বা কাৰো আগত টকাৰ বাবে হাত পতা নাছিল।
তেওঁ নিজৰ জীৱনটো অসমৰ মানুহৰ বাবে দিছিল।

জনতাৰ বাবে মাত মাতিছিল।
জনতাৰ বাবে গাইছিল।
জনতাৰ বাবে থিয় হৈছিল।

তেন্তে এতিয়া কিয় ভিক্ষা মাগিব লগা হৈছে চৰকাৰৰ ওচৰত ?

চৰকাৰৰ সময় নাই।
নিৰ্বাচন, ৰাজনীতি — সেইবোৰেই তেওঁলোকৰ বেছি প্ৰয়োজন।

কিন্তু অসমৰ ৰাইজে ইচ্ছা কৰিলে নিজেই কৰিব পাৰে।
Zubeen Garg দাৰ বাবে মাত্ৰ ১০ টকা দিব নোৱাৰিম নেকি?

যদি অসমৰ মানুহে সঁচাকৈয়ে সন্মান দিব খোজে,
তেন্তে কাকো অপেক্ষা কৰাৰ প্ৰয়োজন নাই।

Garrima Saikia Garg বৌৱে যদি Bank Account Details শ্বেয়াৰ কৰে,
আমি সকলোয়ে মিলি আৰম্ভ কৰিব পাৰো, মই প্ৰথমে দিম।

ৰৈ ৰৈ আমনি লাগিছে। Post tu যিমান পাৰে চেয়াৰ কৰক 🙏🙏

Address

Morija Rode Puliya Ke Pass, Shree Krishna Hospital Wali Gali, Plote No-8 Chomu
Jaipur
303702

Alerts

Be the first to know and let us send you an email when Omni Jewelers posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share